Naar de inhoud
Global sound
NewzNow খবৰ — দিনটোৰ মুখ্য খবৰ

NewzNow খবৰ — দিনটোৰ মুখ্য খবৰ

door NewzNow

Nieuwste aflevering
দেওবাৰ, ২২ নৱেম্বৰ ২০২৬ — NewzNow খবৰ

Over deze podcast

প্ৰতিদিনে সন্ধিয়া NewzNow-ৰ মুখ্য খবৰসমূহ অসমীয়াত।

Afleveringen

  • দেওবাৰ, ২২ নৱেম্বৰ ২০২৬ — NewzNow খবৰ · 3 min• স্বাস্থ্য বিভাগৰ হঠকাৰী সিদ্ধান্ত! নামভৰ্তিৰ পিছতো MBBS-ৰ মাচুল ১ লাখ পৰ্যন্ত বৃদ্ধি! • BJP-RSSক ‘জাতিবাদী পুৰুষতান্ত্ৰিক’ আখ্যা ৰাহুল গান্ধীৰ, অৰ্ধনাৰীশ্বৰ মূৰ্তিৰ ছবি…
  • মঙলবাৰ, ১০ নৱেম্বৰ ২০২৬ — NewzNow খবৰ · 3 min• আগন্তুক অসম বিধানসভা নিৰ্বাচনত মিছন ১২৬ৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ! • জুলাই–ছেপ্টেম্বৰত ভাৰতৰ নিবনুৱা হাৰ ৫.১%লৈ হ্ৰাস, গ্ৰামাঞ্চলত অধিক উন্নতি: মোদী চৰকাৰৰ দাবী • বাংলাদেশলৈ…
  • সোমবাৰ, ৯ নৱেম্বৰ ২০২৬ — NewzNow খবৰ · 3 min• এইবাৰ হিন্দু বেদখলকাৰীৰ বিৰুদ্ধেও চলিব অভিযান; ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদৰ ইংগিত মুখ্যমন্ত্ৰীৰ • দীপাৱলীৰ নিশা দুটাকৈ অগ্নিকাণ্ড, ১২জনৰ মৃত্যু; মাতৃৰ কোলাতে প্ৰাণ গ’ল দুমহীয়া…
  • শনিবাৰ, ৭ নৱেম্বৰ ২০২৬ — NewzNow খবৰ · 3 min• কিয় প্ৰধানমন্ত্ৰীৰ আসনত বহা নাছিল ছোনীয়া গান্ধী ? ২২ বছৰ পাছত ক'লে নিজ মুখে • ‘জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মই দুমুখীয়া শিল্পী নহয়’, সংবাদমেলত স্পষ্টীকৰণ মানস ৰবিনৰ • বিদ্যুতৰ…
  • বৃহস্পতিবাৰ, ৫ নৱেম্বৰ ২০২৬ — NewzNow খবৰ · 3 min• অসমত অপৰাধৰ হাৰ প্ৰায় ৬৮ শতাংশ হ্ৰাস পোৱা বুলি দাবী মুখ্যমন্ত্ৰীৰ • CJPৰ দুই নেতাই আমেৰিকা-পাকিস্তানৰ পৰা ধন লাভ কৰাৰ অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ • ২৩ বছৰীয়া…
  • বুধবাৰ, ৪ নৱেম্বৰ ২০২৬ — NewzNow খবৰ · 3 min• ২০,৭৩৬ কোটি টকাৰ হিচাপ নাই অসম চৰকাৰৰ! ৬,৫৪৫টা ব্যৱহাৰ প্ৰমাণপত্ৰক লৈ CAGৰ কঠোৰ প্ৰশ্ন • আমেৰিকাৰ মধ্যকালীন নিৰ্বাচনত ট্ৰাম্পলৈ মোক্ষম আঘাত! ছিনেটৰ নিয়ন্ত্ৰণ ডেম’ক্ৰেটিক…
  • সোমবাৰ, ২ নৱেম্বৰ ২০২৬ — NewzNow খবৰ · 4 min• নৱেম্বৰৰ পৰা বৃদ্ধি পাব বিদ্যুৎ বিল, ১৫৫.৫৯ কোটি টকাৰ অতিৰিক্ত মাচুল সংগ্ৰহত APDCL-ক অনুমতি AERC-ৰ • ‘‘ভৰালী পৰিয়ালে বাৰে বাৰে মাতিছিল ঘনকান্তক’’: আৰক্ষীৰ জেৰাত কি ক’লে…
  • দেওবাৰ, ১ নৱেম্বৰ ২০২৬ — NewzNow খবৰ · 4 min• ‘জ্ঞানেশ কুমাৰ নোযোৱালৈকে যুঁজ অব্যাহত থাকিব’: ৰামলীলা ময়দানত খাৰ্গে • দিল্লীৰ পৰা গুৱাহাটীলৈ বুলেট ট্ৰেইন! ৮ ঘণ্টাৰো কম হ’ব যাত্ৰাৰ সময়? • ছিমলাত হিমন্ত বিশ্ব শৰ্মাৰ…
  • শনিবাৰ, ৩১ অক্টোবৰ ২০২৬ — NewzNow খবৰ · 4 min• জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে INDIA মিত্ৰজোঁটৰ ‘জনতাৰ মহাভিযোগ’ , খাৰ্গেৰ বাসগৃহত প্ৰতীকী সংসদ • মুখ্যমন্ত্ৰীক SITয়ে জেৰা নকৰালৈকে জুবিন গাৰ্গে ন্যায় লাভ কৰাত সন্দেহ আছে: নীলমণি…
  • শুকুৰবাৰ, ৩০ অক্টোবৰ ২০২৬ — NewzNow খবৰ · 4 min• সম্পৰ্ক বিচ্ছেদ হ’লেই সন্মতিত গঢ়ি উঠা পূৰ্বৰ শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলিব নোৱাৰি: উচ্চতম ন্যায়ালয় • জুবিনৰ মৃত্যুৰ গোচৰত অমৃতপ্ৰভাৰ জামিনক প্ৰত্যাহ্বান! উচ্চতম ন্যায়ালয়ৰ…
  • বৃহস্পতিবাৰ, ২৯ অক্টোবৰ ২০২৬ — NewzNow খবৰ · 4 min• ‘ইজৰাইলৰ ইছলামিকৰণ’ৰ আশংকা নেতানিয়াহুৰ, নিৰ্বাচনত ‘ভোট চুৰি’ৰ অভিযোগক লৈ বিতৰ্ক • মোদীৰ সংসদীয় সমষ্টি বাৰাণসীত বিজেপিক পৰাস্ত কৰিলে সমাজবাদী পাৰ্টিয়ে, শিক্ষক বিধান পৰিষদৰ…
  • মঙলবাৰ, ২৭ অক্টোবৰ ২০২৬ — NewzNow খবৰ · 4 min• ৫ জনক গুলীয়াই হত্যা অসমৰ আইন-শৃংখলাৰ ভয়াৱহ ছবি: অখিল গগৈ • টকাৰ লেনদেনৰ সংঘাত, মীমাংসাৰ আহ্বানতো নাহিল ঘনকান্ত গগৈ: আত্মীয় • ‘বন্দে মাতৰম’ৰ ছয়টা স্তৱক গাবলৈ বাধ্য কৰোৱাৰ…

Live, afgelopen uur: 9.171 nummers op 3.530 zenders in 124 landen

Ontdek de wereld via de radio

Meer manieren om te ontdekken (7)

Iets moois gehoord? Bewaar het, of open het direct in Spotify.

★ Artiest van de week De snelste stijger op de radio deze week
Jouw nummer hier? Vanaf € 9 per week →
Hit West 80Verder luisteren